Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
অসমৰ আশ্চৰ্য ! দুখন নদীৰ সংগমস্থলত দেখা যায় "ভাৰত"
ভাৰত দেশখন আশ্চৰ্যকৰ সম্পদেৰে ভৰা। যিয়ে দেশৰ গৌৰৱ বৃদ্ধি কৰে। এনে বহু ৰহস্যময় প্ৰাকৃতিক ঘটনা বা উপাদান আছে যাৰ বিষয়ে জানি আমি আচৰিত হওঁ। আজি এনে এখন ঠাইৰ বিষয়ে জনাম যিখন ঠাইত প্ৰকৃতিয়ে সৃষ্টি কৰিছে ভাৰতৰ মানচিত্ৰ। আৰু অতি গৌৰৱৰ কথা যে এই আচৰিত ঠাইখন অসমত অৱস্থিত। অসমৰে দুখন নদীৰ সংগমস্থল। বঙাইগাঁও চহৰৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নদীৰ মিলন হয় । এই সংগমস্থলৰ এক ভূখণ্ডক ঠিক ভাৰতৰ মানচিত্ৰখনৰ দৰে দেখা যায় । এই অঞ্চলৰ ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। ঠাইখনৰ তলৰ অংশটো ভাৰতীয় উপদ্বীপৰ দৰে আৰু ওপৰত দৃশ্যমান পাহাৰবোৰ হিমালয়ৰ দৰে দেখা পোৱা যায়। প্ৰকৃতিৰ অনন্য সৃষ্টি এই সম্পদবোৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।
