Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমৰ পুনৰ পৰাজয়
জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে ৷আজি গ্ৰুপ “এ”ৰ খেলখনত অসমক হাৰিয়ানাই ৮উইকেটত পৰাস্ত কৰে ৷প্ৰথমে বেটিং কৰা অসমে ৩৭অভাৰত ম৷ত্ৰ ১৩৯ৰানতে অলআউট হয়৷সৰ্বাধিক ৫৫ৰান কৰি আউট হয় সুমিত ঘাড়িগাওকাৰ ৷ ঋষভ দাসে ৩৬ ৰান কৰে ৷নিশান্ত সিন্ধুৱে ৪টা আৰু পাৰ্থ শিৱ ভাটছে ৩টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত হাৰিয়ানাই ৩২অভাৰত ২উইকেটত ১৪০ৰান কৰি জয়লাভ কৰে ৷ পাৰ্থ শিৱ ভাটছে ৫২ ৰান কৰি নট আউট হৈ থাকে ৷মুখতাৰ হুছেইনে ২টা উইকেট লয় ৷অসম ইয়াৰ আগেয়ে ঝাৰখণ্ড আৰু গুজৰাটৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ওড়িশাৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷
