Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
মাজনিশাৰ ভূমিকম্পত আতংক
মাজনিশা অহা এটা প্ৰবল ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনক৷ নিদ্ৰাৰত ৰাজ্যবাসীক আতংকিত কৰি তোলে এই প্ৰবল জোকাৰণিয়ে৷ মাজনিশা ২-২৫ বজাৰ ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৫.৩ ৷ ইয়াৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ পৰা দুই কিলোমিটাৰ নিলগত৷ গভীৰতা আছিল প্ৰায় দহ কিলোমিটাৰ৷ প্ৰায় ৩০ ছেকেণ্ড সময় অনুভূত হৈ আছিল ভূমিকম্পটোৰ জোকাৰণি৷ অসমৰ লগতে পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ উপৰিও ছিকিম, পশ্চিম বংগ, বিহাৰ, ওড়িশা আদিতো জোকাৰণি অনুভূত হৈছে৷ সেইদৰে বাংলাদেশ, ভূটান, ম্যানমাৰ আৰু চীনটো জোকাৰণি অনুভূত হোৱা বুলি কোৱা হৈছে৷ তথ্য অনুসৰি Kopili Lineamentৰ অংশ Brahmaputra fault বা Brahmaputra bed ত হোৱা চ্যুতিৰ বাবেই এই ভূমিকম্প হৈছে৷
